Posts

Showing posts from April, 2017

অভিমান

নিজানত সাৰ পোৱা উচুপনিবোৰক ফুচুলাই শান্ত কৰাৰ আখৰাত মোহ গৈছোঁ ; .. আঁৰি লৈছোঁ মনত সাহৰ ভাগ পঁজাটো, কোনোবাই বিচাৰি পোৱা অবান্তৰ অভিমানবোৰো খামোচি ধৰিছোঁ, .. সমল নহ’লেওঁ জীৱন আঁজুৰি আনিছোঁ ৷ … কৃত্ৰিম হাঁহিৰ উম দি উচুপনিবোৰ আকৌ শুৱাই ৰাখিছোঁ ৷