Posts

Showing posts from January, 2014

জীৱনৰ দীঘ

অন্তহীন অপেক্ষাবোৰ বৈ থাকে নিৰৱধি যাতনাৰ ধাৰত কাটে কলিজাৰ কোঠালীৰ সেমেকা মাটি দুচকুৰ বৰষুণত ভিজি ভিজি জাৰত শীৰ্ণ শীতৰ ৰাতিও নকপে বুকুৰ পদুলি এতিয়া উশাহৰ বাণিৰে জুখিব পাৰি জীৱনৰ দীঘ ॥