ফাগুন কবিতা Get link Facebook X Pinterest Email Other Apps - August 09, 2017 ফাগুন যেন মিঠা প্রেমৰ এটা গুণগুণ সুৰ যি সুৰে লঠঙা ডালত ৰং সানে মন হৈ পৰে উন্মনা বতাহত কঁপি থকা মোৰ হৃদয়ৰ বতৰা বিচাৰি ৰিঙা ৰিঙা এই মায়াসনা দুপৰীয়া কোনেনো বজায় উদং পথাৰত ফাগুনৰ সুহুৰি পাখি মেলি সপোন এজাক উৰা মাৰে গোপনে গোপনে। Read more