Posts

Showing posts from July, 2019

একাজলি অনুভৱ

Image
তোমাৰ অজানিতে তোমাক অলপ বেছিকৈ ভাল পায় পেলাইছো ফাগুনৰ পচোৱা জাকক সোধো তোমাৰ বতৰা আকাশ চুব খোজা গছবোৰে নাজানে তোমাৰ বতৰা বতাহৰ সেউজীয়া ডিঙৰাত উঠি আহে নীলা খামৰ চিঠি ॥