একাজলি অনুভৱ

তোমাৰ অজানিতে
তোমাক অলপ বেছিকৈ
ভাল পায় পেলাইছো
ফাগুনৰ পচোৱা জাকক
সোধো তোমাৰ বতৰা
আকাশ চুব খোজা
গছবোৰে নাজানে
তোমাৰ বতৰা
বতাহৰ সেউজীয়া
ডিঙৰাত উঠি আহে
নীলা খামৰ চিঠি ॥

Comments

Popular posts from this blog

ভালপোৱা

আকাংক্ষা

ভালপোৱাৰ বৰষুণ