ভালপোৱাৰ বৰষুণ
তোমাৰ স্নেহ বৃক্ষৰ ছাঁত
জানো সুজিব নোৱাৰা
ধাৰত পোত গৈছো
প্ৰতিপল প্ৰতিক্ষণত
প্ৰতিপল প্ৰতিক্ষণত
মোৰ সপোন দেখা
দুচকু ডুবিছে
দুহাতৰ আৱিৰসনা
কৃষ্ণচূড়াৰ বৰণত
তোমাৰ প্ৰেম অবিহনে
শুকান মোৰ হৃদয়ৰ মাটি
সজীৱ কৰা মোক
তিতিব দিয়া
তোমাৰ ভালপোৱাৰ
বৰষুণত॥
বাহ: ...!!!
ReplyDelete