Posts

Showing posts from August, 2019

ভালপোৱাৰ বৰষুণ

Image
মোক জিৰাব দিয়া তোমাৰ স্নেহ বৃক্ষৰ ছাঁত জানো সুজিব নোৱাৰা ধাৰত পোত গৈছো প্ৰতিপল প্ৰতিক্ষণত মোৰ সপোন দেখা দুচকু ডুবিছে দুহাতৰ আৱিৰসনা কৃষ্ণচূড়াৰ বৰণত তোমাৰ প্ৰেম অবিহনে শুকান মোৰ হৃদয়ৰ মাটি সজীৱ কৰা মোক তিতিব দিয়া তোমাৰ ভালপোৱাৰ বৰষুণত॥