অশান্ত হৃদয়

অতীতক বিচাৰি যাওঁ 
পাহৰণিৰ বালিচৰাত,
আকৌ বিচাৰি যাওঁ 
স্মৃতিৰ ঘাঁহনি ডৰাত,
ভাগৰি ঘূৰি আহোঁ
তোমাক বিচাৰি নাপাওঁ...
মণিব পৰা সীমনাত কেতিয়াবা দেখা পাওঁ,
কাষ চপাৰ আগতে হাততে হেৰুৱাও,
তথাপিও পোৱাৰ আশা..
পোৱা আৰু নোপোৱাক মনতে জুখি চাওঁ..
ক্লান্ত মন মোৰ শৰীৰো ক্লান্ত..
বিচাৰি ফুৰো কাক
হৃদয় অশান্ত...

Comments

Popular posts from this blog

ভালপোৱা

আকাংক্ষা

ভালপোৱাৰ বৰষুণ