অপেক্ষা
তুমি আহিলে
ৰিঙিয়াই মাতিব
নৈপৰীয়া বতাহজাকে
ৰিঙিয়াই মাতিব
নৈপৰীয়া বতাহজাকে
নাৱৰীয়াৰ ভাটিয়ালী
সুৰত উটি আহে
তোমাৰ গীতৰ সুবাস
সুৰত উটি আহে
তোমাৰ গীতৰ সুবাস
তোমাৰ অজানিতে
তোমাৰ প্ৰেমত
জীপাল মোৰ
সিৰা -উপসিৰা
তোমাৰ প্ৰেমত
জীপাল মোৰ
সিৰা -উপসিৰা
Comments
Post a Comment